TOP LATEST FIVE ASSAMESE SYNONYMS URBAN NEWS

Top latest Five Assamese synonyms Urban news

Top latest Five Assamese synonyms Urban news

Blog Article

অক্ষত, নিখুঁত, নিঘুণী, নিদাগ, সৰ্বাংগসুন্দৰ৷

অভিহত, আঘাতপ্রাপ্ত, উপহত, ঘাইল, জখম, সমাহত৷

কেপ্‌কে‍পনি‍, গোৰ্‌গোৰণি‍, চেল্‌বে‍লনি‍, টোহটোহনি‍,  পেৰ্‌পে‍ৰণি‍, পেল্‌পে‍লনি‍, বিৰ্‌বি‍ৰণি‍, বেল্‌বে‍লনি‍, ভোটভোটনি‍, ভোৰ্‌ভোৰণি‍, লেব্‌লে‍বনি‍৷

অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইড়া, ইড়িকা, ইলা, ইলিকা, ইহলোক, ইৰা, উদধিবস্ত্ৰা, উৰ্বী, উৰ্বৰা, কাশ্যপী, কু, ক্ষমা, ক্ষিতি, ক্ষিতিজ, ক্ষৌণী, গিৰিকর্ণিকা, গো, গোত্ৰা, জগৎ, জ্যা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, নিশ্চলা, নৰলোক, পৃথ্বী, পৃথিৱী, বসুধা, বসুন্ধৰা, বসুমতী, বিশ্ব, বীজপ্রসূ, বৰা, ভুৱন, ভূ, ভূতল, ভূমি, ভূলোক, ভূৰ, মনুষ্যলোক, মহী, মেদিনী, মৰ্ত্য, শ্যামা৷ সপ্তদ্বীপা, সমুদ্ৰমেখলা, সৰ্বংসহা, ৰত্নগৰ্ভা, ৰত্নাৱতী, ৰসা৷ দুনিয়া৷ মৰত৷

অত্বৰ, অদ্ৰুত, অশীঘ্ৰ, ধীৰ, বিলম্বিত, মন্দ, মন্থৰ, মৃদু, লাহে লাহে যোৱা বা হোৱা, লেহেম, শ্লথ, ৰৰৈয়া৷

অন্যভৃৎ, কাউৰ, কাক, কাণুক, কোৱা, গৃহবলিভুক, পৰভৃৎ, বলিপুষ্ট, বলিভুক, বায়স, বৃক৷ 

অচিৰত্ব, ক্ষিপ্রতা, ত্বৰা, দ্ৰুততা, শীঘ্ৰতা, সত্বৰতা৷

অচ্যুত, অতলবিহাৰী, অনংগমোহন, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অপ্রকৃতিস্থ, উন্মত্ত, পগলা, পাগল, প্ৰমত্ত, প্রমদ, বলিয়া, বাতুল, বায়ুৰোগগ্ৰস্ত, বিকৃতমস্তিষ্ক, মতিচ্ছন্ন, মত্ত, ক্ষিপ্ত৷

অজৰ, অনন্ত, অনাদি, অমৰ, অক্ষৰ, অক্ষয়পুৰুষ, আদিনিৰঞ্জন, আল্লা, আল্লাহ, ইচ্ছাময়, ঈশ্বৰ ঋতম্ভৰ, ওপৰৱালা, কৰিম, কৰুণাময়, খোদা, খোদাতাল্লা, গড, গোসাঁই, চিদানন্দ, জগতপতি, জগদীশ, জগদীশ্বৰ, জগন্নাথ, জগন্নিৱাস, জগবন্ধু, জগৎপিতা, জগৎকৰ্তা, জগৎস্ৰষ্টা, দয়াময়, দীননাথ, দীনবন্ধু, ধাতা, নিৰঞ্জন, নিৰাকাৰ, নিৰাময়, পতিত-পাৱন, পৰমপিতা, পৰমপুৰুষ, পৰমব্ৰহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ, পৰমেশ্বৰ, পৰাৎপৰ, প্রভু, বিধাতা, বিভু, বিৰাটপুৰুষ, বিশ্বাত্মা, ভগৱান, ভুৱনেশ্বৰ, ভূমা, মালিক, সচ্চিদানন্দ, সনাতন, সৃষ্টিকৰ্তা, স্বয়ম্ভু৷

অচ্যুত, অজিত, অনন্ত, অনন্তদেৱ, অনন্তশয়ন, অনাদি, কঞ্জনাভ, কমললোচন, কমলাকান্ত, কমলাপতি, কুন্দৰ, কেশৱ, খগাসন, গদাধৰ, গদাপাণি, গোলোকেশ্বৰ, গৰুড়কেতু, গৰুড়বাহন, গৰুড়ধ্বজ, চক্ৰধৰ, চক্ৰপাণি, চক্ৰায়ুধ, চতুষ্কৰ, চতুৰ্বাহু, চতুৰ্ভুজ, জগদীশ্বৰ, জগন্নাথ, more info জনাৰ্দন, জয়পাল, জহ্নু, ত্ৰিপতি, ত্ৰিলোকনাথ, ত্ৰৈলোক্যনাথ, ত্ৰৈলোক্যেশ্বৰ, দনুজদমন, দানৱাৰি, দামোদৰ, দীননাথ, দীনবন্ধু, দীনেশ, দৈত্যাৰি, ধৰণীশ্বৰ, নাৰায়ণ, নিৰঞ্জন, পদ্মধৰ, পদ্মনাভ, পদ্মপাণি, পাৰায়ণ, পুণ্ডৰীকাক্ষ, পুৰাণপুৰুষ, পুৰুষোত্তম, পৰব্যোম, বলিন্দম, বলিসূদন, বামন, বিভু, বিশ্বম্ভৰ, বিষ্ণু, বৈকুণ্ঠ, বৈকুণ্ঠনাথ, বৈকুণ্ঠপতি, ভুৱনমোহন, মধুদ্বিষ, মাধৱ, মাল, যজ্ঞপুৰুষ, যজ্ঞেশ্বৰ, লক্ষ্মীকান্ত, লক্ষ্মীনাথ, লক্ষ্মীন্দ্ৰ, লক্ষ্মীপতি, লক্ষ্মীশ্বৰ, লোকনাথ, শংখধৰ, শংখপাণি, শাৰংগধৰ, শাৰংগপাণি, শিপিৱিষ্ট, শ্ৰীকান্ত, শ্ৰীনাথ, শ্ৰীনিৱাস, শ্ৰীপতি, সত্য, হংস, হৃষীকেশ, হৰি, ৰমাকান্ত, ৰমানাথ, ৰমাপতি, ৰমেশ৷

আহুতি, আহৱ, ইজ্যা, ইষ্ট, ইষ্টি, ক্ৰতু, বষট্কাৰ, মেধ, যজ্ঞ, যাগ, যাগ-যজ্ঞ, স্তোম, হুতি, হোম, হোৱত্ৰ, হৱ, হৱন৷

চলচ্চিত্ৰ, চিনেমা, ছায়াচিত্ৰ, ছায়াছবি, বায়’স্ক’প, বোলছবি, ভিডিঅ’চিত্ৰ, ম’ভী৷

অসমীয়া সমাৰ্থক শব্দকোষ অসমীয়া সমাৰ্থক শব্দ

Report this page